Candidates must follow the following steps during submission of online
application: প্ৰাৰ্থীসকলে অনলাইন আবেদন দাখিল কৰাৰ সময়ত নিম্নলিখিত পদক্ষেপবোৰ অনুসৰণ কৰিব
লাগিব
Register in the Portal using valid mobile number. বৈধ ম'বাইল নম্বৰ ব্যৱহাৰ কৰি পৰ্টেলত
পঞ্জীয়ন কৰক । (Note: Candidates are
advised to keep the mobile number unchanged until the recruitment process is
over) (টোকা: প্ৰাৰ্থীসকলক নিযুক্তি প্ৰক্ৰিয়া শেষ নোহোৱালৈকে ম'বাইল নম্বৰ অপৰিৱৰ্তিত
ৰাখিবলৈ পৰামৰ্শ দিয়া হৈছে)
After successful registration candidates will get an Assam Police Recruitment
ID. Candidates will have to apply for any posts advertised through SLPRB during
the year 2023-2024 by logging in with this ID. প্ৰাৰ্থীসকলে সফল পঞ্জীয়নৰ পিছত অসম আৰক্ষী
ৰ নিযুক্তি আইডি লাভ কৰিব ৷ প্ৰাৰ্থীসকলে এই আইডিৰ সৈতে লগ ইন কৰি ২০২৩-২০২৪ বৰ্ষত অসম আৰক্ষী
নিযুক্তি বোৰ্ডৰ জৰিয়তে বিজ্ঞাপন দিয়া যিকোনো পদৰ বাবে আবেদন কৰিব লাগিব ৷
Candidates must register themselves in the portal and generate one time recruitment ID.
However, candidature of those generating multiple recruitment ID will be
cancelled. প্ৰাৰ্থীসকলে আবেদন পৰ্টেলত তেওঁলোকৰ প্ৰ'ফাইল পঞ্জীয়ন কৰিব আৰু ভৱিষ্যতৰ সকলো
বিজ্ঞাপনৰ বাবে এবাৰ এটা একক নিযুক্তি আইডি সৃষ্টি কৰিব লাগিব। অৱশ্যে, একাধিক নিযুক্তি আইডি
সৃষ্টি কৰা প্ৰাৰ্থীৰ প্ৰাৰ্থীত্ব বাতিল কৰা হ'ব ।